মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছে: অশোক সিংঘাল
অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur)ত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাত অব্যাহত আছিল মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) ।
দিল্লীত বাহৰ মুখ্যমন্ত্ৰীৰ: আজি সাক্ষাৎ কৰিব গৃহমন্ত্ৰীক
দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিয়নো অসম-মিজোৰাম আৰু অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ।
চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ
ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰোধিতাৰে দেওবাৰে চন্দ্ৰপুৰত ৰে’ল পথ অৱৰোধ (Train Road Block) ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ৰ ৷
ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ পেডিঅ’ট্রিক ICU
ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্যবিভাগ ৷ অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছে পেডিঅ’ট্রিক আই চি ইউ ৷ যাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷
উত্তপ্ত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য
অসম-মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ ৷ ২৬ জুলাইৰ ঘটনাৰ পাছত স্থানীয় ৰাইজে মিজোৰামৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অৰ্থনৈতিক অৱৰোধ ।