ক’ভিড নীতিৰ মাজেৰে পালন পবিত্ৰ ঈদ-উল-আজহা
ঈদ-উল-আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা । ঈদ-উল-আজহা উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে ।
লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ
টকিঅ' অলিম্পিক গ্ৰাউণ্ডত উপস্থিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বক্সাৰ লাভলীনাক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধাবাৰে গুৱাহাটী লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় এক চাইকেল ৰেলী ৷
লাভলীনা বৰগোঁহাইলৈ মন্ত্ৰী-বিধায়কৰ শুভেচ্ছা
বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি জাপানৰ টকিঅ'ত উপস্থিত হৈছে অসমৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই (Lovelina Borgohain) ৷
অনাড়ম্বৰভাৱে পালন ঈদ-উজ-জোহা
বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা বা ঈদ- উজ-জোহা (Eid-ul-Azha) । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হোজাই জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও অনুষ্টুপীয়াকৈ পালন কৰিছে পবিত্ৰ ঈদ-উজ-জোহা (Eid-ul-Azha)৷
পানী-যুঁৱলিত চিৎকাৰ ৰোগাগ্ৰস্ত গজৰাজৰ
চিৰাং জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত নতুনকৈ সংযোজিত বিজনীৰ কুংলুং ৰেঞ্জৰ গভীৰ অৰণ্যত পানী-যুঁৱলিত আৱদ্ধ হৈ মৃত্যুৰে যুঁজিছে এটা বনৰীয়া মখনা হাতীয়ে ।