অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত বিপৰ্যস্ত জনজীৱন
নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পাঁচ বছৰত প্ৰায় দুগুণ মূল্যবৃদ্ধি । সান্ধ্য আইনৰ মাজতে এমাহত বাঢ়িল ২০ শতাংশ । ফাঁচীবজাৰৰ মুষ্টিমেয় বণিকগোষ্ঠীৰ নিয়ন্ত্ৰণত বজাৰ ব্যৱস্থা । নিৰ্বিকাৰ বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিশাল ছিণ্ডিকেট । কমিচনৰ অংকত চলি আছে ছিণ্ডিকেট । যোগান বিভাগৰ পৰা দিছপুৰলৈ যায় কমিছনৰ অংশ ।
এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো
লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাই তোলপাৰ লগাইছে দেশ ৷ এই ঘটনাৰ লগত জড়িত 24 জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মিশ্ৰই বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷
লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ
হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণত জড়িত ২4 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ ইফালে চিকিৎসকক আক্ৰমণৰ এই ঘটনাৰ প্ৰতিবাদত স্বৰূপে সমগ্ৰ অসমতে বুধবাৰে বন্ধ থাকিব বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ।
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...