অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই
সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ ৷
আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক
লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে খেতিয়কৰ ওপৰত । বজাৰৰ অভাৱত বিক্ৰী কৰিব পৰা নাই পাচলি । পথাৰতে গেলি পচি নষ্ট হৈছে বিঘাই বিঘাই তিতাকেৰেলা ।
মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু
মঙলদৈ বাংলাগঢ় কোৱাৰ পাৰাত ট্ৰেক্টৰ বাগৰি মৃত্যু এজনৰ ৷ নিহত লোকজন মুনিন ভুমিজ বুলি জানিব পৰা গৈছে ৷
ঘূৰ্ণী বতাহ : ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে
অনিয়ন্ত্ৰিত বায়ু প্ৰদূষণৰ বাবে হোৱা পৰিৱেশ তন্ত্ৰৰ সাল-সলনিৰ বাবে আৰৱ সাগৰত প্ৰায়ে ধুমুহা আৰু ঘূৰ্ণী বতাহৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ ই সমগ্ৰ পশ্চিমৰ ৰাজ্যসমূহৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ বিশেষজ্ঞসকলেও মত পোষণ কৰিছে যে, এই অনিয়ন্ত্ৰিত প্ৰদূষণৰ বাবে পূৱ উপকূলৰ নিচিনা পশ্চিম উপকূলীয় ৰাজ্যসমূহতো ভয়াৱহ ঘূৰ্ণী বতাহৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ।
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...