অসম

assam

ETV Bharat / state

মোডীৰ ভ্ৰমণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

হৈছে শ্বহীদ ভৱন, আছুৰ মুখ্য কাৰ্যালয়ত সষ্টম আৰক্ষী

By

Published : Feb 10, 2019, 8:56 AM IST

etv bharat

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বাবে গুৱাহাটীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

guwahati
মোডীৰ ভ্ৰমণৰ সময়ত কোনেও যাতে কলা পতাকা প্ৰদৰ্শন নকৰে তাৰ বাবে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে শ্বহীদ ভৱন, আছুৰ মুখ্য কাৰ্যালয়ত।

ABOUT THE AUTHOR

...view details