অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী যাত্ৰা তিনি অগপ নেতাৰ - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী যাত্ৰা তিনি অগপ নেতাৰ

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বৰ্তমান স্থীতিহীন অগপ ৷ অসমৰ ৰাইজৰ ৰোষত পৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ দিল্লীলৈ যাত্ৰা তিনি অগপ বিধায়কৰ ৷ বৰঝাৰ বিমান বন্দৰত সাংবাদিকৰ প্ৰশ্নত থৰ সৰকা হ'ল প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ৷

Three AGP leader went Delhi for case file against CAA
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী যাত্ৰা তিনি অগপ নেতাৰ

By

Published : Dec 15, 2019, 9:41 PM IST

গুৱাহাটী,15 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী অভিমুখে তিনি অগপ নেতা ৷ ৰাইজৰ ৰোষত অগপৰ তিনি নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জয়নাথ শৰ্মা আৰু কুমাৰ দীপক দাসে দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ তৰিবৰ বাবে বৰঝাৰ বিমানবন্দৰে দিল্লী যাত্ৰা কৰে । বিমানবন্দৰত সাংবাদিকৰ প্ৰশ্নত থকা থৰকাছুটি হেৰুৱালে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে । সাংবাদিকৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকিবৰ বাবে দুই ঘণ্টা আগতে বিমানবন্দৰত প্ৰৱেশ কৰে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মাৰ ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ দিবলৈ দিল্লী যাত্ৰা তিনি অগপ নেতাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details