গুৱাহাটী, 26 ডিচেম্বৰঃবিগত কিছু দিনৰ পৰা আমিনগাঁৱত ধাৰাবাহিকভাৱে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে ৷ একেদৰে বুধবাৰে নিশাও আমিনগাঁৱৰ জয়গুৰুত চোৰে চাৰিখনকৈ দোকানত তাণ্ডৱ চলাই ৷
চাৰিখনকৈ দোকানত চোৰে চলালে তাণ্ডৱ
গুৱাহাটী, 26 ডিচেম্বৰঃবিগত কিছু দিনৰ পৰা আমিনগাঁৱত ধাৰাবাহিকভাৱে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে ৷ একেদৰে বুধবাৰে নিশাও আমিনগাঁৱৰ জয়গুৰুত চোৰে চাৰিখনকৈ দোকানত তাণ্ডৱ চলাই ৷
লগতে পঢ়ক - কি ক'লে প্ৰাক্তন বিধায়িকা ৰুমী নাথে