অসম

assam

ETV Bharat / state

ফটকাবিহীন দীপাৱলী উদযাপন কৰাৰ দিশে মহানগৰ প্ৰশাসন - গুৱাহাটী

দীপাৱলীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, মহানগৰীত ফটকা বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি ৷

the-metropolitan-government-is-planning-to-celebrate-diwali-without-firecrackers
ফটকাবিহীন দীপাৱলী উদযাপন কৰাৰ দিশে মহানগৰ প্ৰশাসন

By

Published : Nov 14, 2020, 8:00 AM IST

গুৱাহাটী, 14 নৱেম্বৰ : পৰিৱেশ প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্যৰাখি দীপাৱলীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি,মহানগৰীত ফটকা বিক্ৰীৰ অনুমতি প্ৰদান কৰা নাই জিলা প্ৰশাসনে ।

জিলা উপায়ুক্তৰ মন্তব্য

প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ গাইডলাইন অনুসৰিয়ে গুৱাহাটীতো নিষিদ্ধ কৰা হৈছে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ ৷ ইফালে,মহানগৰীৰ বিভিন্ন স্থানত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে ফটকা মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে ঠায়ে ঠায়ে প্ৰশাসনৰ অজ্ঞাতে ফটকা বিক্ৰী কৰাৰো এক অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট

ABOUT THE AUTHOR

...view details