গুৱাহাটী, 8 অক্টোবৰ : শুকুৰবাৰৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ ৷ বিভিন্ন প্ৰতিবাদৰ অন্তত অৱশেষত মটৰ পৰিবহণ সন্থাৰ দাবী মানি ল’লে চৰকাৰে। ৰাজ্যত এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে চলাব পাৰিব বাছ ।
শুকুৰবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাছ সেৱা
বিভিন্ন প্ৰতিবাদৰ অন্তত অৱশেষত মটৰ পৰিবহণ সন্থাৰ দাবী মানি ল’লে চৰকাৰে। ৰাজ্যত এতিয়াৰে পৰা ১০০% যাত্ৰীৰে চলাব পাৰিব বাছ । শুকুৰবাৰৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ ৷
কাইলৈৰ পৰা ৰাজপথত চলিব যাত্ৰীবাহী বাছ