মহানগৰীৰ বি বৰুৱা কলেজত 'ৰত্নাকৰ' - ৰত্নাকৰ ছবিখনৰ প্ৰচাৰ কাৰ্যসূচী
মহানগৰীৰ বি বৰুৱা কলেজত টীম ৰত্নাকৰ৷ অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়লৈ গৈ প্ৰচাৰ চলাইছে ৰত্নাকৰ টীমে
মহানগৰীৰ বি বৰুৱা কলেজত টীম ৰত্নাকৰ
গুৱাহাটী,15 ছেপ্টেম্বৰঃকাঞ্চনজংঘাৰ পিছত ছবিগৃহলৈ আহি আছে ৰত্নাকৰ৷ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলি আছে ছবিখনৰ প্ৰচাৰ কাৰ্যসূচী ৷ অসমৰ প্ৰতিখন কলেজ প্ৰতিখন ঠাইলৈ গৈ ছবিখনৰ প্ৰচাৰ কৰিছে ৰত্নাকৰ ছবিৰ সকলো কলা-কুশলীয়ে । শনিবাৰে বি বৰুৱা কলেজত ৰত্নাকৰ ছবিৰ কলা কুশলীয়ে ছবিখনৰ প্ৰচাৰ চলাই সকলোকে ছবিখন চাবলৈ অনুৰোধ কৰে।