অসম

assam

ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক
তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

By

Published : Nov 23, 2020, 8:23 AM IST

Updated : Nov 23, 2020, 11:55 AM IST

08:16 November 23

ভেন্টিলেচনৰ জৰিয়তে স্বাস-প্ৰশ্বাস গ্ৰহণ কৰি আছে তৰুণ গগৈয়ে

এতিয়াও সংকটমুক্ত নহয় তৰুণ গগৈ
  • GMCHত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়
  • চিকিৎসকে কৰিবলগা সকলোখিনি কৰিছে
  • কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দি থকা হৈছে তৰুণ গগৈক
  • দেহৰ কেবাটাও অংগ বিকল হৈ পৰিছে গগৈৰ
  • সকলো এতিয়া ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব-হিমন্ত বিশ্ব শৰ্মা
  • জি এম চি এইছত গুণ মুগ্ধৰ সোঁত
  • স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে তদাৰক কৰিছে গগৈৰ চিকিৎসা ব্যৱস্থা
  • এতিয়াও সংকটজনক অৱস্থাতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী
  • 6 ঘন্টা ডায়েলাইচিছ কৰা হ'ল তৰুণ গগৈক
  • 2 ইউনিট তেজো দিয়া দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক
  • এতিয়াও সংকটজনক অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী 
  • তৰুণ গগৈৰ খবৰ ল'বলৈ GMCত অনুৰাগীৰ ভিৰ
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সঘনে যোগাযোগো ৰাখিছে GMCH কৰ্তৃপক্ষৰ সৈতে
  • মুখ্যমন্ত্ৰীয়ে ফোনযোগে বুজ লৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা
  • তৰুণ গগৈৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
  • নিশা পিতৃৰ কাষত সাংসদ পুত্ৰ গৌৰৱ গগৈ
  • পিতৃৰ খবৰ লোৱা সকলো শুভাকাংখীকে ধন্যবাদ গৌৰৱ গগৈৰ
  • আমেৰিকাৰ পৰা GMCH ত উপস্থিত কন্যা চন্দ্ৰিমা গগৈ
  • ৰাজ্যজুৰি তৰুণ গগৈৰ আশু আৰোগ্য কামানা কৰি প্ৰাৰ্থনা
  • প্ৰধান মন্ত্ৰীয়ে খবৰ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
  • প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বুজ লৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা
  • প্ৰধান মন্ত্ৰী,মুখ্য়মন্ত্ৰী,প্ৰতিৰক্ষা মন্ত্ৰীক ধন্যবাদ জ্ঞাপন গৌৰৱ গগৈৰ
Last Updated : Nov 23, 2020, 11:55 AM IST

ABOUT THE AUTHOR

...view details