পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰৱজনৰ ফলত অস্তিত্বৰ সংকটত পৰিছে খিলঞ্জীয়া মুছলমান
অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত চোতাল সভা । 20 তাকৈ খিলঞ্জীয়া মুছলমান সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ।
SUTAL HOBHA ON 6TH SCHEDULED
গুৱাহাটী, 21 ছেপ্টেম্বৰঃ 20 তাকৈ খিলঞ্জীয়া মুছলমান সংগঠনৰ অভিযোগ যে, মূলত পূব বঙ্গীয় মুছলমানৰ অবৈধ প্ৰৱজনৰ ফলত অস্তিত্বৰ সংকটত পৰিছে খিলঞ্জীয়া মুছলমান সকল । ইয়াৰ বিৰুদ্ধে শুকুৰবাৰে ৬ নং দফা ৰূপায়নৰ উচ্চস্তৰীয় কমিটিক স্মাৰক পত্ৰ প্ৰদান কৰে কেউটা সংগঠনে ।