- মহানগৰীৰ পাণ্ডুত চাঞ্চল্য ঘটনা
- পাণ্ডুত যুৱকৰ আত্মহত্যা
- ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
- পাণ্ডুৰ ৰে'ল আৱাসত উদ্ধাৰ দীপক ঠাকুৰ নামৰ যুৱক জনৰ মৃতদেহ
- মৃতদেহৰ কাষত উদ্ধাৰ সুৰাৰ বটল
- নিশা এখন জিপচি বাহনত দীপক ঠাকুৰৰ ঘৰত আহিছিল দুজন যুৱক
- স্থানীয় লোকৰ মতে বিগত তিনিদিন ধৰি আহি আছিল যুৱক কেইজন
- এই সমগ্ৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ
- বৰ্তমান জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
- আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা
- এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ পাণ্ডুত চাঞ্চল্যই বিৰাজ কৰিছে আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা
আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা - DEEPAK THAKUR
মহানগৰীৰ পাণ্ডুত চাঞ্চল্য ৷ ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ।
![আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4378970-2-4378970-1567958929266.jpg)
আত্মহত্যা নে হত্যা ! পাণ্ডুত চাঞ্চল্যকৰ ঘটনা