গুৱাহাটী,২ নৱেম্বৰ :থাওৰা সমষ্টিত বিপুল ভোটত জয়ী হৈছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই । ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে সুশান্ত বৰগোহাঁয়ে । সুশান্ত বৰগোহাঁয়ে লাভ কৰিলে মুঠ ৫৪,৯৫৬ টা ভোট ।
থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ বৃহৎ জয় - ধৈৰ্য্য কোঁৱৰ
উপ নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা ৩০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে লাভ কৰিলে ২৪,৩৯৫ টা ভোট ।

থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ বৃহৎ জয়
বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে । আনহাতে তেওঁৰ নিকটতম প্ৰাৰ্থী 'ৰাইজৰ দল'ৰ মনোনীত ধৈৰ্য্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫ টা ভোট । কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোঁহায়ে থাওৰাত পুনৰ উৰুৱালে বিজয়ধ্বজ্জা ।
লগতে পঢ়ক :থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ