অসম

assam

ETV Bharat / state

জনতা ভৱনত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সংবাদমেল - জনতা ভৱনত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সংবাদমেল

ৰাজ্য চৰকাৰৰ হাতত মুঠ ২ লাখ কুইন্টল চাউল , 63560 কুইন্টল মচুৰ দালি আৰু 10868 কুইন্টল চেনী মজুত থকাৰ লগতে আৰু বিভিন্ন সামগ্ৰী মজুত আছে ৷

ফণীভূষণ চৌধুৰীৰ সংবাদমেল
ফণীভূষণ চৌধুৰীৰ সংবাদমেল

By

Published : Mar 25, 2020, 8:53 PM IST

গুৱাহাটী, 25 মাৰ্চঃবুধবাৰে জনতা ভৱনত তলাবন্ধ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। তলাবন্ধৰ সময়ত ৰাজ্যবাসীয়ে যাতে কোনো ধৰণৰ খাদ্য সামগ্ৰীৰ সংকটত ভূগিবলীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে কিমান শতাংশ খাদ্য সামগ্ৰী মজুত আছে তাৰ এখন তালিকা দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা তালিকাখনত বৰ্তমানেও চৰকাৰৰ হাতত ৩ লাখ টন খাদ্য সামগ্ৰী মজুত থকাৰ কথা উল্লেখ কৰাৰ লগতে এই সন্দৰ্ভত চিন্তাৰ কোনো কাৰণ নাই বুলি জনাই মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

ফণীভূষণ চৌধুৰীৰ সংবাদমেল

লগতে পঢ়ক: বিনামূলীয়া ৰেচন যোগান ধৰা হব BTC ৰ 5,50,000 পৰিয়ালক : হাগ্ৰামা মহিলাৰী
বুধবাৰৰ দিনটোলৈ ৰাজ্য চৰকাৰৰ হাতত মুঠ ২ লাখ কুইন্টল চাউল , 63560 কুইন্টল মচুৰ দালিআৰু 10868 কুইন্টল চেনী মজুত থকাৰ লগতে আৰু বিভিন্ন সামগ্ৰী মজুত আছে ৷

ফণীভূষণ চৌধুৰীৰ সংবাদমেল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details