গুৱাহাটী, ১৯ আগষ্ট: মাত্ৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশন এইবাৰ চলিব কটকটীয়া কৰ'ণা নীতিৰ মাজেৰে । চাৰিও দিনৰ কাৰ্যক্ৰমণিকাত বিধানসভাত ভাগ ল'ব পাৰিব ৫০ শতাংশ সদস্যইহে । ইতিমধ্যে বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে এই সন্দৰ্ভত গ্ৰহণ কৰিছে সিদ্ধান্ত ।
৫০ শতাংশ সদস্যৰে চলিব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন - summer session 2020 will held with only 50 percent member
কটকটীয়া কৰ'ণা নীতিৰ মাজেৰে এইবাৰ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশন ৷ কেৱল ৫০ শতাংশ সদস্যৰে চলিব এইবেলিৰ বিধানসভাৰ বৰ্ষাকালীন অধিবেশন ৷
বৰ্ষাকালীন অধিবেশন