- ৰহধলা পথাৰৰ দ-খাৱৈত পৰি মৃত্যু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ
- মৃত কিশোৰ জন বিহলঙনী মিলন নগৰৰ মিন্টু চমুৱা
- সমনীয়াৰ সৈতে গা ধুৱলৈ গৈছিল মিন্টু চমুৱা
- ৰংমহল হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল মিন্টু
- কেবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পানী জমা হৈছিল পথাৰৰ খাৱৈত দ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি

দ-খাৱৈত পৰি ছাত্ৰৰ সলিল-সমাধি