গুৱাহাটী,৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্য় সেনা অসমৰ ব্য়তিক্ৰমী প্ৰতিবাদ।
বাটৰ নাট প্ৰদৰ্শনেৰে বিতৰ্কিত বিধেয়কৰ বিৰোধিতা ঐক্য় সেনা অসমৰ
গুৱাহাটী,৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্য় সেনা অসমৰ ব্য়তিক্ৰমী প্ৰতিবাদ।
ঐক্য় সেনা অসমৰ যোৰহাট জিলা সমিতিয়ে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰি বিধেয়কখনৰ বিৰোধিতা কৰে। ঐক্য়সেনা অসমে অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰতিখন ঠাইত বাটৰ নাটৰ জৰিয়তে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ এক ব্য়তিক্ৰমী পন্থা হাতত লৈছে।