গুৱাহাটী, 17 এপ্ৰিলঃ বুধবাৰে পুৱতি নিশা মহানগৰীত অহা ধুমুহাৰ ফলত ব্যাপক ক্ষতিসাধন হয় ৷ প্ৰায় 70 কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ দ্বাৰা নিৰ্মিত হেলিপেডৰ অস্থায়ী কাৰ্যালয় সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় ৷
ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰাস্থিত অস্থায়ী কাৰ্যালয় - গুৱাহাটী
প্ৰায় 70 কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ সংযোগ
![ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰাস্থিত অস্থায়ী কাৰ্যালয়](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3025214-thumbnail-3x2-dhgu1.jpg)
ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰা স্থিত অস্থায়ী কাৰ্যালয়
ধুমুহাৰ ফলত বিধ্বস্ত বিজেপিৰ খানাপাৰা স্থিত অস্থায়ী কাৰ্যালয়
আনহাতে ধুমুহাৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত ব্যাপক ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে ৷ লগতে মহানগৰীৰ ঘাইপথত গছ বাগৰি পৰে কেবাঠাইতো ৷ ইপিনে ধুমুহাৰ ফলত মহানগৰীৰ বিদ্যুৎ সেৱাও সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে ৷