গুৱাহাটী, 22 মাৰ্চঃজনতা সান্ধ্য আইনৰ বাবে বন্ধ হৈ পৰিছে বাছ চলাচল ৷ সেই সময়তে ৰে'ল যাত্ৰীৰ বাবে বিশেষ সকাহ কঢ়িয়াই আনিছে গুৱাহাটী ৰে'লৱে ষ্টেচন কৰ্তৃপক্ষই ৷ গুৱাহাটী ৰে'লৱে ষ্টেচনত যাত্ৰীৰ বাবে বিশেষ বাছৰ সুবিধা প্ৰদান কৰিছে ৰে'লৱে কৰ্তৃপক্ষই ৷ দেওবাৰে 12 খনকৈ যাত্ৰীবাহী ৰে'লত আহিবলগীয়া যাত্ৰীৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰিলে মহানগৰীৰ পল্টন বজাৰস্থিত ৰে'লৱে ষ্টেচনত ৷
জনতাৰ সান্ধ্য আইনঃ ৰে'ল যাত্ৰীৰ বাবে বিশেষ বাছৰ ব্যৱস্থা গুৱাহাটীত - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন
দেওবাৰে 12 খনকৈ যাত্ৰীবাহী ৰে'লত আহিবলগীয়া যাত্ৰীৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰে পল্টন বজাৰস্থিত ৰে'লৱে ষ্টেচনৰ কৰ্তৃপক্ষই ৷ কিয়নো দেওবাৰে সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন উপলক্ষে ব্যাহত থাকে বাছ চলাচল ৷
ৰে'ল যাত্ৰীৰ বাবে বিশেষ বাছৰ ব্যৱস্থা গুৱাহাটীত