অসম

assam

ETV Bharat / state

অসম আৰু উত্তৰ পূবলৈ কি অৱদান আছিল ড0 মনমোহন সিঙৰ - অসম আৰু উত্তৰ পূবলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আগবঢ়োৱা অৱদান

গ্ৰন্থখনত বহু উল্লেখযোগ্য ঘটনাৰ কথা উল্লেখ আছে ৷ গ্ৰন্থখনত 30 অক্টোবৰৰ বোমা বিস্ফোৰণ, তেলৰ ৰয়েলিটিৰ প্ৰসংগ যাৰ বাবে তেঁওক সমালোচনা কৰা হৈছিল সেই বিষয়েও উল্লেখ কৰা আছে ৷ ইয়াৰ উপৰিও পিচপৰা অঞ্চল উন্নয়নৰ বাবে ইউ পি এ চৰকাৰে আৰম্ভ কৰা ‘Backward Region Grants’ যাক 2014 চনত এন ডি এ চৰকাৰে বন্ধ কৰি দয়ে তাৰ বিষয়েও উল্লেখ কৰা আছে ৷

হিতেশ্বৰ শইকীয়া ফাউণ্ডেচনে উন্মোচন কৰে ‘Some Stories Left Untold’

By

Published : Oct 28, 2019, 11:58 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: নতুন দিল্লীত হিতেশ্বৰ শইকীয়া ফাউণ্ডেচনে উন্মোচণ কৰে ‘Some Stories Left Untold’ নামৰ এখন গ্ৰন্থ ৷ অসম আৰু উত্তৰ পূবলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আগবঢ়োৱা অৱদান সন্দৰ্ভত উল্লেখ আছে গ্ৰন্থ খনত ৷ নতুন দিল্লীস্থিত ইণ্ডিয়া ইন্টাৰ্নেশ্যনেল চেণ্টাৰত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভাখন ৷ গ্ৰন্থখন প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ উপস্থিতিত উন্মোচন কৰে হৰিশ ৰাৱট, কুমাৰী চৈলজা, সুসমিতা দেৱ, ডঃ হেমপ্ৰভা শইকীয়া, বিষ্ণু প্ৰসাদ আৰু বহু গন্য মান্য লোকে ৷

হিতেশ্বৰ শইকীয়া ফাউণ্ডেচনে উন্মোচন কৰে ‘Some Stories Left Untold’

গ্ৰন্থখনত বহু উল্লেখযোগ্য ঘটনাৰ কথা উল্লেখ আছে ৷ গ্ৰন্থখনত 30 অক্টোবৰৰ বোমা বিস্ফোৰণ, তেলৰ ৰয়েলিটিৰ প্ৰসংগ যাৰ বাবে তেঁওক সমালোচনা কৰা হৈছিল তাৰ কথাও উল্লেখ কৰা আছে ৷ ইয়াৰ উপৰিও পিচপৰা অঞ্চল উন্নয়নৰ বাবে ইউ পি এ চৰকাৰে আৰম্ভ কৰা‘Backward Region Grants’ যাক 2014 চনত এন ডি এ চৰকাৰে বন্ধ কৰি দিয়ে তাৰ বিষয়েও উল্লেখ কৰা আছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details