অসম

assam

ETV Bharat / state

ভোটাৰক সজাগ হ’বলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ

সুকণ্ঠী গায়িকা বৰ্ণালী কলিতাৰ নিৰ্বাচন সন্দৰ্ভত মতামত । ভোট দিয়াৰ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান কলিতাৰ । এখন সুস্থ চৰকাৰ,দুৰ্নীতি মুক্ত চৰকাৰ আশা কৰে বৰ্ণালী কলিতাই । বহু খিনি দুৰ্নীতি কমিছে । মহিলা সুৰক্ষাৰ বাবে কাম কৰিবলৈ অনুৰোধ ।

ভোটাৰক সজাগ হবলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ

By

Published : Apr 21, 2019, 5:18 PM IST

Updated : Apr 21, 2019, 6:05 PM IST

গুৱাহাটী, 21 এপ্ৰিল: সুকণ্ঠী গায়িকা বৰ্ণালী কলিতাৰ নিৰ্বাচন সন্দৰ্ভত মতামত । ভোট দিয়াৰ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান কলিতাৰ । এখন সুস্থ চৰকাৰ ,দুৰ্নীতি মুক্ত চৰকাৰ আশা কৰে বৰ্ণালী কলিতাই । বহু খিনি দুৰ্নীতি কমিছে । মহিলা সুৰক্ষা বাবে কাম কৰিবলৈ অনুৰোধ ।

ভোটাৰক সজাগ হবলৈ অনুৰোধ গায়িকা বৰ্ণালী কলিতাৰ

বহু ল’ৰা-ছোৱালী অসমৰ পৰা বাহিৰলৈ যায় গতিকে যাতায়তৰ উন্নতিৰ বাবে অনুৰোধ ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰে’লৱে উন্নীতকৰণ কৰিবৰ বাবে অনুৰোধ জনাইছে বৰ্ণালী কলিতাই । যিয়ে চৰকাৰ নহওঁক কিয় কাম কৰিব লাগে আৰু খেতিয়ক সকলৰ বাবে কাম কৰি যাওঁক সেয়াই অনুৰোধ চৰকাৰৰ ওচৰত বৰ্ণালী কলিতাৰ ।

Last Updated : Apr 21, 2019, 6:05 PM IST

ABOUT THE AUTHOR

...view details