অসম

assam

ETV Bharat / state

পৰেশ বৰুৱাক অস্ত্ৰ এৰি বাদ্যযন্ত্ৰ ল'বলৈ আহ্বান বৰ্ণালী কলিতাৰ

প্ৰয়োজনত পৰেশ বৰুৱাৰ সুৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল'বলৈও প্ৰস্তুত কণ্ঠশিল্পীগৰাকী

পৰেশ বৰুৱাক অস্ত্ৰ এৰি বাদ্যযন্ত্ৰ ল'বলৈ আহ্বান বৰ্ণালী কলিতাৰ

By

Published : May 22, 2019, 2:30 PM IST

Updated : May 22, 2019, 2:51 PM IST

পৰেশ বৰুৱাক অস্ত্ৰ এৰি বাদ্যযন্ত্ৰ ল'বলৈ আহ্বান বৰ্ণালী কলিতাৰ

নিউজ ডেস্ক, 22 মে': জুবিন গাৰ্গৰ পত্ৰ সন্দৰ্ভত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ প্ৰতিক্ৰিয়া ৷ "জুবিন গাৰ্গৰ অনুৰাগীয়ে হাতত অস্ত্ৰ লৈ নিৰীহক হত্যা কৰা নাই। আপোনাৰ অনুৰাগীয়েহে নিৰীহ ব্যক্তিক হত্যা কৰি অসমক ৰক্তাক্ত কৰিছে ৷ আপোনালোকৰ ইচ্ছাত বহু মানুহৰ জীৱন বন্তি অকালতে নিৰ্বাপিত হ'ল। অসমৰ শান্তি বিঘ্নিত হৈছে" বুলি ছ'চিয়েল মিডিয়াযোগে মন্তব্য কণ্ঠশিল্পীগৰাকীৰ ৷

Last Updated : May 22, 2019, 2:51 PM IST

ABOUT THE AUTHOR

...view details