অসম

assam

ETV Bharat / state

NRCক এন পি আৰলৈ পৰিৱৰ্তন কৰক : শিলাদিত্য - আছু আৰু কংগ্ৰেছৰ মাজত বহু সম্পৰ্ক আছে

সদ্যপ্ৰকাশিত এন আৰ চিৰ তালিকা সম্পৰ্কে বিধায়ক শিলাদিত্যই দিছপুৰস্থিত বিধায়ক আৱাসত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত শিলাদিত্যই এন আৰ চি প্ৰক্ৰিয়াটো এন পি আৰ অৰ্থাৎ নেচনেল পপুলেচন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰিব লাগে বুলি ৰাজ্য চৰকাৰক আহ্বান জনায় ৷

NRCক এন পি আৰলৈ পৰিৱৰ্তন কৰক

By

Published : Sep 7, 2019, 3:16 PM IST

গুৱাহাটী,7ছেপ্টেম্বৰ :

  • আছু আৰু কংগ্ৰেছৰ মাজত বহু সম্পৰ্ক আছে
  • এন আৰ চি প্ৰকাশৰ নামত চৰকাৰে ব্যৰ্থ কৰিলে 16 কোটি টকা
  • সদ্যপ্ৰকাশিত এন আৰ চিৰ তালিকাত আছে বহু ভুল
  • এন আৰ চি প্ৰক্ৰিয়াটো এন পি আৰ অৰ্থাৎ নেচনেল পপুলেচন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰিব লাগে
  • এন পি আৰলৈ পৰিৱৰ্তিত কৰিলেহে প্ৰকৃত বিদেশী চিনাক্ত হ'ব
  • আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো আছুৱে বিৰোধিতা কৰি আহিছে
  • এখন শুদ্ধ এন আৰ চিৰ বাবে আধাৰৰ কাম হোৱাটো নিতান্তই প্ৰয়োজন
  • কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে বহু অবৈধ নাগৰিকক বিদেশী সজালে
    NRCক এন পি আৰলৈ পৰিৱৰ্তন কৰক

ABOUT THE AUTHOR

...view details