"অসমীয়া জাতিক ধ্বংস কৰিব এই এনআৰচিয়ে"- শিলাদিত্য দেৱ
এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য ৷ বাংলাদেশী মুছলমানৰ নাম থকা এখন এনআৰচি প্ৰকাশ হ'বলৈ গৈ আছে বুলি সংবাদমেলত মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ৷
এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য
গুৱাহাটী,23আগষ্টঃ এনআৰচিক লৈ বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্যঃ
- "বাংলাদেশী মুছলমানৰ নাম থকা এখন এনআৰচি প্ৰকাশ হ'বলৈ গৈ আছে"
- "অসমীয়া জাতিক ধংশ কৰিব কৰিব এই এনআৰচিয়ে"
- "মদন মল্লিক নামৰ এজন শ্বহীদ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে"
- "আছুৱে 855 জন ছহিদলৈ কথা কোৱাৰ সময়ত ছহিদক অপমান কৰা হৈছে"
- "এনআৰচিৰ বিৰুদ্ধে নৱেম্বৰৰ পৰা মহা আন্দোলন হ'ব"
- "আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই"
- "বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱা এই এনআৰচিৰ সকলো কাম বন্ধ কৰি দিব লাগে"