অসম

assam

ETV Bharat / state

অভিযোগ থাকিলেই দোষী নহয়: সিদ্ধাৰ্থ ভট্টাচাৰ্য - assam news

সাংবাদিকে স্কুল বেগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাইভেট স্কুলৰ বিৰুদ্ধে সুৰ সলনি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ স্কুল বেগক লৈ যদি কোনোৱে স্কুলৰ বিৰুদ্ধে অভিযোগ দিছে তে'নেহলে নিৰ্দিষ্টভাবে স্কুলখন দেখুৱাই দিবলৈ মন্তব্য আগবঢ়ায় সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্য

By

Published : Jun 8, 2019, 9:59 PM IST

গুৱাহটী, 8 জুন: "অভিযোগ থাকিলেই দোষী নহয় । ভাৰতৰ এক ন্যায়িক ব্যৱস্থা আছে ৷" শনিবাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ লগতে ছাত্ৰী গৰাকীয়ে অভিযুক্ত উপাচাৰ্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিও মন্তব্য কৰে ৷ আনহাতে, সাংবাদিকে স্কুল বেগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাইভেট স্কুলৰ বিৰুদ্ধে সুৰ সলনি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ স্কুল বেগক লৈ যদি কোনোৱে স্কুলৰ বিৰুদ্ধে অভিযোগ দিছে তে'নেহলে নিৰ্দিষ্টভাবে স্কুলখন দেখুৱাই দিবলৈ মন্তব্য আগবঢ়ায় সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

সিদ্ধাৰ্থ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details