অসম

assam

ETV Bharat / state

আজি 'জানমনি'ৰ বিয়া - শুক্ৰেশ্বৰ মন্দিৰত বিবাহ

বিবাহপাশত আৱদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷

'জানমনি'ৰ বিয়া

By

Published : Oct 10, 2019, 7:31 PM IST


গুৱাহাটী,10 অক্টোবৰঃঅতি সাধাৰণভাৱে মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত বিবাহ সম্পন্ন হয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী শ্যামন্তিকা শৰ্মাৰ ৷ 'জানমণি', 'জোনবাই', 'অঞ্জনা'কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই বৃহস্পতিবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে। শ্যামন্তিকা আৰু সুপ্ৰতিম সৰুকালৰে বন্ধু ৷

অসমবাসীৰ মৰমৰ 'জানমনি'ৰ বিয়া

ABOUT THE AUTHOR

...view details