অসম

assam

মা কামাখ্যা দৰ্শন কৰিলে শিখৰ ধাৱানে

By

Published : Jan 4, 2020, 9:06 PM IST

শনিবাৰে সমাজৰ মংগলৰ বাবে মা কামাখ্যাৰ আগত আঠু লৈ আশীৰ্বাদ বিচাৰিলে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা শিখৰ ধাৱানে ৷

মা কামাখ্যা দৰ্শন শিখৰ ধাৱানৰ
মা কামাখ্যা দৰ্শন শিখৰ ধাৱানৰ

গুৱাহাটী,4 জানুৱাৰী:শনিবাৰে পত্নী আৰু কণমানি পুত্ৰৰ স'তে কামাখ্যা মন্দিৰত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা শিখৰ ধাৱান। দেওবাৰে অনুষ্ঠিত হ'বলগীয়া খেলৰ পূৰ্বেমা কামাখ্যাৰ আশীস লয় খেলুৱৈগৰাকীয়ে। নিজৰ লগতে সমাজৰ মংগলৰ বাবে মাৰ ওচৰত আঠু লয় শিখৰ ধাৱানে।

মা কামাখ্যা দৰ্শন শিখৰ ধাৱানৰ

আনহাতে প্ৰিয় ক্ৰিকেটাৰগৰাকীক চাবলৈ মন্দিৰ চৌহদত হেতা ওপৰা লগায় অনুৰাগীসকলে। তাৰকাগৰাকীৰ আগমণৰ সময়ছোৱাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় সমগ্ৰ মন্দিৰ চৌহদত।

লগতে পঢ়ক: কোনো বিষয়ত মতামত দাঙি ধৰিবলৈ জ্ঞানৰ প্ৰয়োজনঃ CAA সম্পৰ্কত কোহলী

ABOUT THE AUTHOR

...view details