গুৱাহাটী,18 চেপ্তেম্বৰঃঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBAৰ সহকাৰী সচিব হেমন্ত ডেকা। HSLCৰ প্ৰমাণ পত্ৰত থকা বিসংগতি দূৰ কৰিবলৈ ১০ হাজাৰ টকা বিচাৰিছিল এগৰাকী যুৱতীৰ পৰা । যুৱতী গৰাকীয়ে ৮০০০ টকা দিবলৈ লওঁতে হাতে লোতে ধৰা পৰে হেমন্ত ডেকা । জানিব পৰা মতে যোৱা ৫ চেপ্তেম্বৰত শিৱ কুমাৰ ভুজেল নামৰ ব্যক্তি গৰাকীয়ে জীয়ৰীৰ HSLC ৰ প্ৰমাণ পত্ৰত থকা কিছু বিসংগতিৰ বাবে কাষ চাপিছিল সহকাৰী সচিব হেমন্ত ডেকাৰ। ডেকাই উক্ত কামটোৰ বাবে ১০ টকা উৎকোচ বিচাৰিছিল ভুজেল উপাধিৰ ব্যক্তি জনক।
দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBAৰ সহ সচিব - ডেকাই উক্ত কামটো
যোৱা ৫ চেপ্তেম্বৰত শিৱ কুমাৰ ভুজেল নামৰ ব্যক্তি গৰাকীয়ে জীয়ৰীৰ HSLC ৰ প্ৰমাণ পত্ৰত থকা কিছু বিসংগতিৰ বাবে কাষ চাপিছিল সহকাৰী সচিব হেমন্ত ডেকাৰ। ডেকাই উক্ত কামটোৰ বাবে ১০ হাজাৰ টকা উৎকোচ বিচাৰিছিল ভুজেল উপাধিৰ ব্যক্তি জনক ৷
দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল SEBA ৰ সহ সচিব
লগতে পঢ়কঃ ৰাজ্যত অব্যাহত ক’ৰণাৰ সংহাৰী ৰূপ
Last Updated : Sep 18, 2020, 10:07 PM IST