ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান উচ্চতম ন্যায়ালয়ৰ - এ পি এছ চি কেলেংকাৰী
ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান কৰিব গুৱাহাটী উচ্চতম ন্যায়ালয়ে । চিবিআইয়ে কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে দিব এই ৰায় ।
ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী, 9 মে': এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ অগাধ সম্পত্তিৰ প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ অন্তত চি বি আইয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰি পালৰ সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ বাবে ন্যায়ালয়ত আবেদন জনাইছিল । উচ্চতম ন্যায়ালয়ে চি বি আইৰ প্ৰতিবেদনখন পূৰ্ণ নিৰীক্ষণ কৰি অহা ১৫ মে'ত পুনৰ ৰাকেশ পালৰ সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত কৰা সন্দৰ্ভত ৰায়দান কৰিব ।
Last Updated : May 9, 2019, 4:40 AM IST