ETV Bharat / state
Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ - বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান
বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ (Basistha Dev Sharma passes away) ৷ শনিবাৰে বিয়লি প্ৰায় 4:56 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ ১১ অক্টোবৰৰ পৰাই GMCH ত চিকিৎসাধীন হৈ আছিল বুঢ়াসত্ৰীয়াগৰাকী ৷
![Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণ Basistha Dev Sharma passes away](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16721588-thumbnail-3x2-m.jpg)
বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মহাপ্ৰয়াণ
By
Published : Oct 22, 2022, 5:36 PM IST
| Updated : Oct 22, 2022, 6:35 PM IST
- বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান (Basistha Dev Sharma passes awa)
- শনিবাৰে বিয়লি প্ৰায় 4:56 বজাত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকী (Satradhikar Basistha Dev Sharma)
- বিগত কেবাদিন ধৰি GMCH ত চিকিৎসা প্ৰদান কৰি থকা হৈছিল বুঢ়াসত্ৰীয়াগৰাকী
- বিশেষজ্ঞ চিকিৎসকৰ দলে দিনে-নিশাই বুঢ়াসত্ৰীয়াগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীক
- বিভিন্নজনে বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ সুস্থহৈ উঠাৰ কামনাৰে নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছিল
- কিন্তু সকলোকে কন্দোৱাই এক এজান পৃথিৱীলৈ গ’লগৈ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা
- বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি
- বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে শোক ছাঁ
Last Updated : Oct 22, 2022, 6:35 PM IST