গুৱাহাটী,17মেঃ ক'ৰণাৰ সংক্ৰমনে হাহাকাৰ লগাইছে দেশত ৷ অসমতো আতংকময় পৰিবেশে বিৰাজ কৰিছে আক্ৰান্তৰ সংখ্যাই ৷ বহি:ৰাজ্যৰ পৰা অহা একাংশ লোকক কোৱাৰেন্টাইন কৰিছে প্ৰশাসনে তাৰ মাজতে একাংশ যুৱকে কোৱাৰেন্টাইনত থাকি সময় অতিবাহিত কৰিছে গীত, বাদ্যযন্ত্ৰ বজাই ৷
সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ব্যতিক্ৰমী দৃশ্য - বাঁহী
কোৱাৰেণ্টেন চেণ্টাৰত কেইজনমান যুৱক হাতত গীতাৰ বাঁহী লৈ ব্যস্ত সুৰৰ সাধনাত ৷

সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ব্যতিক্ৰমী দৃশ্য
সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ব্যতিক্ৰমী দৃশ্য
সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰতো কেইবাজনো যুৱকে হাতত গীতাৰ বাঁহী লৈ ব্যস্ত হৈছে সুৰৰ সাধনাত ৷ এই দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত কোৱাৰেন্টাইনত থাকিও বিৰক্ত নহৈ এইদৰে সময় অতিবাহিত কৰা কাৰ্যই সকলোকে আনন্দ দিছে ৷
লগতে পঢ়কঃ গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ