অসম

assam

By

Published : Feb 24, 2020, 5:05 PM IST

ETV Bharat / state

পুনৰ 4 দিনৰ আৰক্ষী জিম্মাত শ্বাৰ্জীল ইমাম

কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত সোমবাৰে শ্বাৰ্জীল ইমামক হাজিৰ কৰোৱাৰ পিছত ন্যায়ালয়ে ৪ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ছাত্ৰনেতাগৰাকীক ৷

Sarjil emam in 4days police custody
পুনৰ 4 দিনৰ আৰক্ষী জিম্মাত শ্বাৰ্জীল ইমাম

গুৱাহাটী,24 ফেব্ৰুৱাৰীঃপুনৰ 4 দিনৰ আৰক্ষী জিম্মাত শ্বাৰ্জীল ইমাম ৷ অসমৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়োৱা শ্বাৰ্জীল ইমামক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ আদালতত সোমবাৰে দ্বিতীয়বাৰৰ বাবে হাজিৰ কৰাৰ পিছত ১০ দিনৰ জিম্মাত বিচাৰে যদিও ন্যায়ালয়ে ৪ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে । ৪ দিন পিছত পুনৰ ন্যায়ালয়ত হাজিৰ কৰিব লাগিব শ্বাৰ্জীল ইমামক। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল শ্বাৰ্জীল ইমামক।

পুনৰ 4 দিনৰ আৰক্ষী জিম্মাত শ্বাৰ্জীল ইমাম

ABOUT THE AUTHOR

...view details