গুৱাহাটী,25 অক্টোবৰঃ দেওবাৰে মহানগৰীৰ মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দেৱী দুৰ্গাৰ আশিস ল'লে মুখ্যমন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ পৰা পোনে পোনে আহি মালিগাঁৱৰ ৰেষ্টকেম্পৰ এখন পূজাথলীত অঞ্জলি অৰ্পন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ মংগল কামনাৰে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল - মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ডিব্ৰুগড়ৰ পৰা পোনে পোনে আহি মালিগাঁৱৰ ৰেষ্টকেম্পৰ এখন পূজাথলীত অঞ্জলি অৰ্পন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ মংগল কামনাৰে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

পাণ্ডুৰ পূজাস্থলীত উপস্থিত হৈ মন্ত্ৰী হিমন্তৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী সোণোৱাল
পাণ্ডুৰ পূজাস্থলীত উপস্থিত হৈ মন্ত্ৰী হিমন্তৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী সোণোৱাল
ইফালে পূজা-অৰ্চনা কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী ড০ শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে। মন্ত্ৰী ড০ শৰ্মাই নিজ সমষ্টিত যাতে সদায়ে সমষ্টিবাসী ৰাইজৰ লগত থাকি কাম কৰি যাব পাৰে, তাৰো কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়কঃ প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি