গুৱাহাটী, 15 ফেব্ৰুৱাৰী: কাইলৈ সৰস্বতী পূজা ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰিবলৈ সাজু হৈছে শিক্ষাৰ্থীসকল ৷ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে চলিছে বাগদেৱীক আৰাধনা কৰাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহতো পূৰ্ণ গতিত চলিছে সৰস্বতী পূজাৰ ব্যাপক আয়োজন ৷ শিক্ষাৰ্থীসকলে জনালে সৰস্বতী পূজাক লৈ চলি থকা ব্যস্ততাৰ কথা ৷
গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি - saraswati puja preparations at Guwahati
সৰস্বতী পূজাৰ আয়োজনক লৈ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি ৷ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহতো চলিছে পূজাৰ আয়োজন ৷

গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি
গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি
ইফালে বাগদেৱীৰ আৰাধনাৰ বাবে শিক্ষাৰ্থীসকলৰ উপৰিও ব্যস্ত মৃৎ-শিল্পীসকল ৷ ইতিমধ্যে মৃন্ময় মূৰ্তিত শেষ পৰশ দিছে মৃৎ-শিল্পীসকলে ৷
লগতে পঢ়কঃধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত উপভোক্তা