অসম

assam

By

Published : Nov 7, 2020, 10:39 PM IST

ETV Bharat / state

৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ

অহা ৯ নৱেম্বৰত ২৩ টা বছৰ সম্পূৰ্ণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস।

Sankardev kalkhetra 23rd foundation day to be held on 9th November
৯ নৱেম্বৰত পূৰ্ণ হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৩ বছৰ

গুৱাহাটী, ৭ নৱেম্বৰ:অহা ৯ নৱেম্বৰত ২৩ টা বছৰ সম্পূৰ্ণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে কলাক্ষেত্ৰৰ অধ্যক্ষা আঙুৰলতা ডেকাই। কাৰ্যসূচী অনুসৰি প্ৰতিষ্ঠা দিৱসৰ মুখ্ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে, আগন্তুক দিনত ৰাজ্যৰ প্ৰায় পাঁচটাকৈ ঠাইত কলাক্ষেত্ৰ শাখা প্ৰসাৰিত কৰাৰ সিদ্ধান্ত সন্তৰ্ভতো সংবাদমেলযোগে অবগত কৰে অধ্যক্ষা গৰাকীয়ে।

লগতে পঢ়ক :গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতী-মানৱৰ সংঘাত

ABOUT THE AUTHOR

...view details