গুৱাহাটী,2মাৰ্চঃজুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ খবৰ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । বৰ্তমান শাৰীৰিক ভাবে সুস্থ জুবিন গাৰ্গ । দুই এদিনতে হাস্পতালৰ পৰা ঘৰ যাব পৰাকৈ সুস্থ হৈ উঠিব অসমৰ শিল্পীগৰাকী । দেওবাৰে নিশা নেমকেয়াৰত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ বুজ লয় সমুজ্জ্বল ভট্টাচাৰ্যই । জুবিনক মনোবল দিয়াৰ উদ্দেশ্যে নেমকেয়াৰ হাস্পতালত উপস্থিত হয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
জুবিনৰ খবৰ ল'বলৈ নেমকেয়াৰত উপস্থিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
নেমকেয়াৰত উপস্থিত হৈ জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ খবৰ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
জুবিনৰ খবৰ ল'বলৈ নেমকেয়াৰত উপস্থিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য