নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অঃ জাঃযুঃছাঃ পৰিষদৰ সভাপতিৰ প্ৰতিক্ৰিয়া - গুৱাহাটী
ৰাজ্যত সভাত মঙলবাৰে গৃহিত হ'ব বিধেয়ক খন
![নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অঃ জাঃযুঃছাঃ পৰিষদৰ সভাপতিৰ প্ৰতিক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2427535-61-88432259-2f7c-4198-9f85-b3b3046ae752.jpg)
ৰুবুল দাসৰ প্ৰতিক্ৰিয়া
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী:ৰাজ্যসভাৰ মজিয়াত মঙলবাৰে উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ । বিতৰ্কিত বিধেয়ক খনৰ বিৰোধিতাত ৭০ টাকৈ জাতীয় সংগঠন তথা বিৰোধী ৰাজনৈতিক দলে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ।
ৰুবুল দাসৰ প্ৰতিক্ৰিয়া