অসম

assam

ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক - মহানগৰীৰ ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক

দূৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ ৷

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল ময়দা ভৰ্তি ট্ৰাক

By

Published : Sep 30, 2019, 10:04 AM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰঃমহানগৰীৰ জালুকবাৰীত সোমবাৰে পুৱতি নিশা পথ দুৰ্ঘটনা সংঘটিত হয়৷ জালুকবাৰীৰ উৰণীয়া সেঁতুত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিল এখন মৈদা ভৰ্তি ট্ৰাক ৷

ৰাজপথতে বাগৰি পৰিল মৈদা ভৰ্তি ট্ৰাক

তথ্যনুসৰি আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত এই পথ দূৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL-01AC-4653 ৷ ইপিনে দূৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে৷ পৰৱৰ্তী সময়ত জালুকবাৰী যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন উদ্ধাৰ কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details