- মহানগৰীৰ নুনমাটি ৰে’লগেটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Guwahati)
- নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো
- দুৰ্ঘটনাত মৃত্যু হয় এজন স্কুটী আৰোহীৰ
- নিহত যুৱকজন জিণ্টু থাপা (২২) বুলি জানিব পৰা গৈছে
- খাৰঘুলি নিবাসী জিণ্টুৱে বালিত পিছল খাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰি পৰে
- সন্মুখৰ পৰা কোনো বাহনে যুৱকজনক খুন্দা মাৰে
- যুৱকজনক সংকটজনক অৱস্থাত গেট হাস্পতালত ভৰ্তি কৰোৱা হয়
- চিকিৎসকে মৃত বুলি ঘোষণা কৰে জিণ্টুক
- বন্ধু এজনৰ খবৰ ল’বলৈ আহিছিল জিণ্টু
Road Accident in Guwahati: বন্ধুৰ খবৰ লবলৈ আহি দুৰ্ঘটনাত মৃত্যু জিন্টুৰ - ভয়ংকৰ পথ দুৰ্ঘটনা
মহানগৰীৰ নুনমাটি ৰে’লগেটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু হয় জিণ্টু থাপা (২২) নামৰ এজন স্কুটী আৰোহীৰ (Road Accident in Guwahati) ৷
Road Accident in Guwahati: বন্ধুৰ খবৰ লবলৈ আহি দুৰ্ঘটনাত মৃত্যু জিণ্টুৰ