- গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
- আহত লোকজনৰ নাম হীৰেন বেজবৰুৱা
- দুৰ্ঘটনাটো সংঘটিত কৰে এখন চিটি বাছে
- দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক হেণ্ডিমেনে পলায়ন কৰে
- ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পানবজাৰ আৰক্ষীয়ে
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা - Road Accident At Guwahati
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত গুৰুতৰ আহত হয় এজন লোক ৷ আহত লোকজনৰ নাম হীৰেন বেজবৰুৱা ৷
গুৱাহাটীৰ পান বজাৰত পথ দুৰ্ঘটনা
Last Updated : Aug 14, 2019, 1:35 PM IST
TAGGED:
Road Accident At Guwahati