তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1 - assam news
বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS-01-HC-6701 নম্বৰৰ বাছখন । মহিলাগৰাকীক সংকটজনক অৱস্থাত বৰাগাঁৱস্থিত এক্সেল কেয়াৰ হস্পিতালত ভৰ্তি কৰে যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা
গুৱাহাটী, 30 এপ্ৰিলঃ মহানগৰীৰ তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এগৰাকী মহিলাক । বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল AS-01-HC-6701 নম্বৰৰ বাছখন ।
তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা