অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে ৰাইজিং হেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ - সাহায্য প্ৰদান কৰিব স্বেচ্ছাসেৱী সংস্থাটোৱে

ছয়গাঁৱৰ বানপীড়িত এলেকাত সাহায্য প্ৰদান কৰে স্বেচ্ছাসেৱী সংস্থা ৰাইজিং হেণ্ডে ৷ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ ৷

rising hand new step at chaigoan
স্বাধীনতা দিৱস উপলক্ষে ৰাইজিং হেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : Aug 15, 2020, 5:06 PM IST

গুৱাহাটী,15আগষ্টঃ দেশৰ 74তম স্বাধীনতা দিৱস উপলক্ষে ৰাইজিং হেণ্ড নামৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ । বানাক্ৰান্তক সহায়ৰ বাবে সংস্থাটোৱে হাতত লৈছে বিশেষ পদক্ষেপ। ছয়গাঁৱৰ বানপীড়িত এলেকাত সাহায্য প্ৰদান কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে।

স্বাধীনতা দিৱস উপলক্ষে ৰাইজিং হেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাইজিং হেণ্ডে। শিক্ষাৰ্থী দুগৰাকীৰ নাম সুৰজিৎ বৰদলৈ আৰু দেৱজনী শিকদাৰ। উচ্চতৰ মাধ্যমিকত শিক্ষা ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় কৰিব সংস্থাটোৱে। স্বাধীনতা দিৱস উপলক্ষে সংস্থাটোৱে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লোৱা দেখা গৈছে ভিন্নজনে ৷ ৷

লগতে পঢ়কঃ মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details