অসম

assam

ETV Bharat / state

মহানগৰীত কংগ্ৰেছৰ ৰিক্সা সমদল - কংগ্ৰেছ দলৰ বিশাল ৰিক্সা সমদল

ৰাহুল গান্ধীক আদৰণি জনোৱাৰ লগতে ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিবলৈ ৰুক্মিণীগাঁও বুথ কংগ্ৰেছে প্ৰচেষ্টা

মহানগৰীত কংগ্ৰেছ দলৰ বিশাল ৰিক্সা সমদল

By

Published : Feb 26, 2019, 9:11 PM IST

গুৱাহাটী,২৬ ফেব্ৰুৱাৰীঃ ৰাহুল গান্ধীৰ অসম আগমনৰ সময়ত মহানগৰীত কংগ্ৰেছে একবিশাল ৰিক্সা সমদল উলিয়ায় ।

মহানগৰীত কংগ্ৰেছ দলৰ বিশাল ৰিক্সা সমদল

মহানগৰীত কংগ্ৰেছ দলৰ বিশাল ৰিক্সা সমদল

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত হয় । গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ এক সভাত অংশ গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীক আদৰিবলৈ ৰুক্মিণীগাঁও বুথ কংগ্ৰেছে এক ৰিক্সা সমদল উলিয়াই খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত উপস্থিত হয়। ৰিক্সা সমদলৰ জৰিয়তে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ লগতে ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰিবলৈ ৰুক্মিণীগাঁও বুথ কংগ্ৰেছে প্ৰচেষ্টা চলায়।

ABOUT THE AUTHOR

...view details