- শুকুৰবাৰে বিজেপিত যোগ দিয়ে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই
- দলটোৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত অভিনেতাগৰাকীয়ে যোগ দিয়ে বিজেপিত ৰবি শৰ্মাৰ বিজেপিত যোগদান
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠান
- এই অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেইবাজনো নেতা
অভিনেতা ৰবি শৰ্মাৰ বিজেপিত যোগদান - ravi sarma
বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত ৰবি শৰ্মাই অভিনয় অব্যাহত ৰাখিব নে ? নে সক্ৰিয় ভাবে ৰাজনীতিত যোগদান কৰিব সেয়া লক্ষণীয় হ'ব।
![অভিনেতা ৰবি শৰ্মাৰ বিজেপিত যোগদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4023772-578-4023772-1564766271604.jpg)
ৰবি শৰ্মাৰ বিজেপিত যোগদান