গুৱাহাটী, 23 নৱেম্বৰ:"অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত বিজেপি চৰকাৰৰ বাকী থকা দিনকেইটাৰ বাবে ফনীন্দ্ৰ নাথ শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে ।" শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল পাতি এই দাবী তুলিলেৰামসেনা অসম সংগঠনটোৱে । 2016 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰে পৰা চৰকাৰখনে থলুৱা লোকক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ।
সোণোৱাল হতাও, ফণীন্দ্ৰ নাথ শৰ্মা হ'ব লাগিব মুখ্যমন্ত্ৰী : ৰামসেনা - ফণীন্দ্ৰ নাথ শৰ্মা হ'ব লাগিব মুখ্যমন্ত্ৰী
সোণোৱাল চৰকাৰৰ দিনত জেহাদ, চুৰি,ডকাইটিৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে সত্ৰৰ মাটি বেদখলৰ দৰে ঘটনাও সংঘটিত হৈছে ৷
ফণীন্দ্ৰ নাথ শৰ্মা হ'ব লাগিব মুখ্যমন্ত্ৰী
সোণোৱাল চৰকাৰৰ দিনত জেহাদ, চুৰি,ডকাইতিৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে সত্ৰৰ মাটি বেদখলৰ দৰে ঘটনাও সংঘটিত হৈছে সেয়ে এই সময়ত অসমত সংঘৰ আদৰ্শ লৈ অনুপ্ৰাণিত ব্যক্তি এজনক মুখ্যমন্ত্ৰী বনোৱাৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যই ৷ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শর্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিবলৈ দাবী জনায় হিন্দুত্ববাদী সংগঠন ৰামসেনাই ।
Last Updated : Nov 23, 2019, 11:49 AM IST