গুৱাহাটী,22 জুন : মহানগৰীৰ দিছপুৰ প্ৰেছক্লাৱত ৰাম সেনাৰ সংবাদমেল ৷ বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত সংবাদ মেল ৰাম সেনাৰ ৷ মুছলমান যুৱকক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা যুৱকসকল ৰাম সেনাৰ নহয় বুলি মন্তব্য সেনাৰ কৰ্ম কৰ্তাৰ ৷
মুছলমান যুৱকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা নাই: ৰামসেনা - jai shree ram
বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত সংবাদ মেল ৰাম সেনাৰ ৷
![মুছলমান যুৱকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা নাই: ৰামসেনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3633220-thumbnail-3x2-ramsena.jpg)
ইটিভি ভাৰত
মুছলমান যুৱকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা নাই : ৰামসেনা
বৰপেটাৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বাবে যুৱকৰ দল এটাক ৰাম সেনাই আটক কৰি জয় শ্ৰীৰাম ধ্বনি দিবলৈ দিয়া ঘটনাৰ লগত ৰামসেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিত ডেকা কোনোপধ্যই জড়িত নহয় বুলি মন্তব্য ৰামসেনাৰ ৰাজ্যিক নেতা নিলকমল হাজৰিকাৰ ৷ 24 ঘণ্টাৰ ভিতৰত যোগী দেৱজিত ডেকাক আৰক্ষীয়ে এৰি নিদিলে আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷
Last Updated : Jun 22, 2019, 11:42 PM IST