অসম

assam

By

Published : Mar 18, 2020, 3:57 PM IST

Updated : Mar 18, 2020, 4:50 PM IST

ETV Bharat / state

ৰাজ্যসভাঃ অজিত ভূঞা, ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰীক বিজয়ী ঘোষণা

বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ ভুৱনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞাক বিজয়ী বুলি আনুষ্ঠানিক ঘোষণা কৰিলে ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই ৷

বিজয়ী ঘোষণা
বিজয়ী ঘোষণা

গুৱাহাটী, ১৮ মাৰ্চঃ বুধবাৰে দিনৰ 3 বজাত ৰাজ্যসভাৰ তিনিখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ ভুৱনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞাক বিজয়ী বুলি আনুষ্ঠানিক ঘোষণা কৰিলে ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই ৷ আজি মনোনয়নৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত তিনিওজনকে বিজয়ী বুলি ঘোষণা কৰাৰ লগতে বিজয়ৰ প্ৰমান পত্ৰও প্ৰদান কৰা হয় ৷

ৰাজ্যসভাঃ অজিত ভূঞা, ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰীক বিজয়ী ঘোষণা
Last Updated : Mar 18, 2020, 4:50 PM IST

ABOUT THE AUTHOR

...view details