মহানগৰীৰ বশিষ্ঠ দেৱালয়ত পূৱাৰে পৰা চাফাই অভিযান - ASSAM PRADESH CONGRESS SEVA DAL YOUNG BRIGADE
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫\তম জন্মদিন উদযাপন

মহানগৰীৰ বশিষ্ঠ দেৱালয়ত পূৱাৰে পৰা চাফাই অভিযান
গুৱাহাটী, 20 আগষ্টঃ মঙলবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫তম জন্মদিন উদযাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলে। মহানগৰীৰ বশিষ্ঠ দেৱালয়ত পূৱাৰে পৰা চাফাই অভিযান চলাই সেৱা দলে ৷ এইদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন গৰাকীৰ জন্মদিন পালন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলে ।
মহানগৰীৰ বশিষ্ঠ দেৱালয়ত পূৱাৰে পৰা চাফাই অভিযান