অসম

assam

ETV Bharat / state

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ক্ষেত্ৰীৰ বিভিন্ন অঞ্চল

ধুমুহাৰ ফলত গছ উভালি কথমপি প্ৰাণৰক্ষা কেইবাজনৰো ৷

By

Published : Apr 17, 2019, 10:00 AM IST

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ক্ষেত্ৰীৰ বিভিন্ন অঞ্চল

গুৱাহাটী, 17 এপ্ৰিল : মঙলবাৰে পুৱতি নিশা অহা বতাহ-ধুমুহাত বিধ্বস্ত ক্ষেত্ৰীৰ মালয়বাৰী অঞ্চলৰ কেইবাটাও বাসগৃহ ৷ ধুমুহাৰ ফলত গছ উভালি কথমপি প্ৰাণৰক্ষা কেইবাজনৰো ৷

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ক্ষেত্ৰীৰ বিভিন্ন অঞ্চল

প্ৰচণ্ড ধুমুহাই মালয়বাৰী অঞ্চলত বহু পৰিয়ালৰ ঘৰৰ টিন উৰুৱাই লৈ যোৱাৰ ফলত আলৈ-অথানিত ভুগিছে স্থানীয় ৰাইজ ৷ ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰাৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ৷

ABOUT THE AUTHOR

...view details